সৌমাৰ প্ৰহৰী , শিৱসাগৰ ১৫ ছেপ্তেম্বৰ ঃঅ.বি.চি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতুপন ৰাইদঙীয়াৰ গৃহত উপস্থিত হয় অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তথা অসম চৰকাৰৰ পৰ্যতন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ম্ত মল্ল বৰুৱা । অ.বি.চি মৰ্চাৰ ৰাজ্যিক সাধাৰন সম্পাদক দিব্যজ্যোতি লিখক, অ.বি.চি মৰ্চাৰ ৰাজ্যিক মিডিয়া আহ্বায়ক অঞ্জনপ্ৰতিম গগৈ, অ.বি.চি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰৱাল বড়া, অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সদস্য চানক্য কুমাৰ দাস, ভুমধ্য হাজৰিকা, অনুসূচীত জাতি মৰ্চাৰ শিৱসাগৰ জিলা সভাপতি জ্যোতিপ্ৰসাদ দাস উপস্থিত থাকে ।
Wednesday, 16 September 2020
শিৱসাগৰত উপস্থিত হয় অবিচি মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment