সৌমাৰ প্ৰহৰী, শিৱসাগৰ ২৮ জুলাইঃ শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনত আগন্তক সময়ত বানপানীয়ে খেতিপথাৰ নষ্ট কৰাৰ সমস্যা দুৰ কৰি যথা সময়ত বান্যাত্যসকলক কঠীয়া যোগান দিব পৰাকৈ চেৰেকাপাৰ খেলুৱা আৰু ৰাইলুং চেতিয়া গাৱত আজি RKVY DM 2020-21 আঁচনিৰ অধীনত কঠীয়া সিঁচাৰ কাৰ্য্যসূচী ৰূপায়ন কৰে । উক্ত কাৰ্যসুচীত শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুঁৱৰী আৰু চুনপোৰা কৃষি চক্ৰ উন্নয়ণ বিষয়া টুটুমনি শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক ৰবীন চন্দ্ৰ বৰা, ৰুপম বৰুৱা আৰু স্থানীয় বিষয়ববীয়া সকলৰ লগতে পঞ্চায়তৰ সদস্যসকলে সহযোগিতা আগবঢ়াই । কৃষি বিভাগে যোগান ধৰা কৃষি সাৰ উক্ত কাৰ্যসূচীতে ৰাইজৰ মাজত সুৰভী ৰাজকুৱৰীয়ে বিতৰণ কৰে ।
Tuesday, 28 July 2020
বাৰ্ন্যাতৰ বাবে কঠীয়া সিঁচাৰ কাৰ্য্যসূচী
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment