অসম আৰোগ্য নিধিৰ পুঁজিলৈ আৰ্থিক বৰঙণি চৰাইদেউৰ বিশিষ্ট সমাজসেৱক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Wednesday, 22 July 2020

অসম আৰোগ্য নিধিৰ পুঁজিলৈ আৰ্থিক বৰঙণি চৰাইদেউৰ বিশিষ্ট সমাজসেৱক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

সৌমাৰ প্ৰাহৰী, শিৱসাগৰ ২৩ জুলাইঃ চৰাইদেউৰ বিশিষ্ট সমাজসেৱক ধৰ্ম্মেশ্বৰ কোঁৱৰে অসম আৰোগ্য নিধিৰ পুঁজিলৈ আগবাঢ়ালে এক লাখ এঘাৰ হাজাৰ এশ এটকাৰ (১,১১,১০১) । যোৱা কালি সমাজ সেৱক কোঁৱৰে অসমৰ  স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক চেকৰ জড়িয়তে প্ৰদান বৰঙণিৰ ধন ৰাশি । 

No comments:

Post a comment