লাডাখ সীমান্তত শ্বহীদ হোৱা ভাৰতীয় সেনা-বানিহীৰ বীৰ জোৱান সকললৈ হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ শ্ৰদ্ধাঞ্জলি - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Saturday, 20 June 2020

লাডাখ সীমান্তত শ্বহীদ হোৱা ভাৰতীয় সেনা-বানিহীৰ বীৰ জোৱান সকললৈ হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ শ্ৰদ্ধাঞ্জলি

সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ ২০ জুনঃ লাডাখ সীমান্তত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ বৰণ কৰা ভাৰতীয় সেনা-বাহিনীৰ বীৰ শ্বহীদ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে ডিমৌ চাৰি আলিত বন্তি প্ৰজ্বলন কৰে । হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মনোজ গগৈৰ লগতে পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনীক সম্পাদক বিজয় বৰগোহাই, ডিমৌ থানাৰ আৰক্ষী হেড্ কণিষ্টবল তলৈক্য গগৈৰ লগতে স্থানীয় বহু কেইগৰাকী গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে ।

No comments:

Post a comment