সদৌ অসম ভিত্তিত বৰগীত আৰু জিকিৰ প্ৰতিযোগিতাত গৌৰৱ কঢ়িয়াই অনা চুমি খাউণ্ডক মটক ছাত্ৰ নেতা যুগল বৰুৱাৰ অভিনন্দন - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Thursday, 18 June 2020

সদৌ অসম ভিত্তিত বৰগীত আৰু জিকিৰ প্ৰতিযোগিতাত গৌৰৱ কঢ়িয়াই অনা চুমি খাউণ্ডক মটক ছাত্ৰ নেতা যুগল বৰুৱাৰ অভিনন্দন

সৌমাৰ প্ৰহৰী, ডিব্ৰুগড় ১৪ জুনঃ অসম ৰাজ্যিক এন.এছ.ইউ.আই দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত বৰগীত আৰু জিকিৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি ডিব্ৰুগড়বাসী লগতে চাবুৱা চেতিয়া পথাৰ গাৱলৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰীমতী চুমি খাউণ্ড লৈ সদৌ অসম মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱা আৰু ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ঋতুপৰ্ণ গোহাঁইয়ে অভিনন্দন জনাই ।

No comments:

Post a comment