সৌমাৰ প্ৰহৰী, শিৱসাগৰ ৯ মে' ঃ সাম্প্ৰতি কৰনা ভাইৰাছ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি শিৱসাগৰ জিলাৰ এচাম অসাধু শাক-পাচলি বিক্ৰেতাই গ্ৰাহকৰ পৰা অযুক্তিকৰ ভাৱে অধিক মূল্য আদায় লৈ আহিছে । এই দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণৰ স্বাৰ্থত দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ অধীনৰ ৩৪(ড) ধাৰাই প্ৰদান কৰা কৰ্তৃত্ব অনুসৰি সময় সমগ্ৰ শিৱসাগৰ জিলাত বলবৎ হোৱাকৈ শাক-পাচলি সমূহৰ পাইকাৰী মূল্য আৰু খুচুৰা মূল্য স্থিৰ কৰিছে জিলা প্ৰশাসনে । এই নিৰ্দেশ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়াকৈ বাহাল থাকিব বুলি ঘোষণা কৰিছে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক প্ৰৰিক্ৰমা বিভাগৰ পৰা ।
১/ ৰঙালাও সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ১৫ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ২০ টকা
২/ জাতিলাও সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ১০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ১৫ টকা
৩/ বেঙেনা সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৩৫ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৪০ টকা
৪/ বিলাহী সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ২০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ২৫ টকা
৫/ বন্ধাকবি সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ১৬ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ২২ টকা
৬/ তিতা কেৰেলা সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৩৫ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৪২ টকা
৭/ কেপছিকাম সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৬০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৭০ টকা
৮/ অমিতা সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ২০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ২৫ টকা
৯/ ভেন্দি সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ২৫ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৩৫ টকা
১০/ কেচা জলকীয়া সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৪০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৫৫ টকা
১১/ কণ বিলাহী সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ২৫ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৩০ টকা
১২/ বীন সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৩৬ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৪২ টকা
১৩/ গাজৰ সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৩০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৪০ টকা
১৪/ জিকা সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৩০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৩৭ টকা
১৫/ আদা সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৮০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ১০০ টকা
১৬/ ভোল সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি.৩২ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৪০ টকা
১৭/ লেছেৰামাহ সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি.৩০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৩৮ টকা
১৮/ স্কোৱাচ সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ২০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ২৫ টকা
১৯/ নেমু সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৪ টকা(প্ৰতি গোটে) আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৫ টকা(প্ৰতি গোটে)
২০/ কাচকল(দৰ্জন) সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৩০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৪০ টকা
২১/ কোমোৰা সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি.২৫ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৩০ টকা
২২/ তিয়ঁহ সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ২৬ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৩২ টকা
২৩/ ভাত কেৰেলা সৰ্বোচ্চ পাইকাৰী দৰ (টকাত) প্ৰতি কে.জি. ৭০ টকা আৰু সৰ্বোচ্চ খুচুৰা দৰ (টকাত) প্ৰতি কে.জি. ৮০ টকা
No comments:
Post a comment