এসপ্তাহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ শিৱসাগৰ জিলা প্ৰশাসনৰ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Monday, 20 April 2020

এসপ্তাহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ শিৱসাগৰ জিলা প্ৰশাসনৰ

সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজঃ এসপ্তাহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিলে শিৱসাগৰ জিলা প্ৰশাসনে। জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জাৰি কৰা এক নিৰ্দেশ মতে সামগ্ৰী সমূহৰ মূল্য এনেধৰণৰ-

১/ চাউল (Common) পাইকাৰী মূল্য কুইণ্টল ২৭০০ টকাৰ পৰা ৩২০০ টকা, খুচুৰা মূল্য ৩০ টকাৰ পৰা ৩৫ টকা

২/ চাউল (Fine) পাইকাৰী মূল্য কুইণ্টল ৩৪০০ টকাৰ পৰা ৫৫০০ টকা, খুচুৰা মূল্য ৩৭ টকাৰ পৰা ৫৮ টকা

৩/ চাউল (Super Fine) পাইকাৰী মূল্য কুইণ্টল ৬৫০০ টকাৰ পৰা ৭৫০০ টকা, খুচুৰা মূল্য ৬৯ টকাৰ পৰা ৮১ টকা

৪/ মচুৰ দাইল (ডাঙৰ) পাইকাৰী মূল্য কুইণ্টল ৬৫০০ টকাৰ পৰা ৭১৫০ টকা, খুচুৰা মূল্য ৭০ টকাৰ পৰা ৭৬ টকা

৫/ মচুৰ দাইল (মধ্যমীয়া) পাইকাৰী মূল্য কুইণ্টল ৭২০০ টকাৰ পৰা ৭৫০০ টকা, খুচুৰা মূল্য ৭৭ টকাৰ পৰা ৮০ টকা

৬/ মচুৰ দাইল (সৰু) পাইকাৰী মূল্য কুইণ্টল ৮৩০০ টকাৰ পৰা ৮৬০০ টকা, খুচুৰা মূল্য ৮৯ টকাৰ পৰা ৯২ টকা

৭/ মগু দাইল পাইকাৰী মূল্য কুইণ্টল ১০২৩০ টকাৰ পৰা ১১৬৭০ টকা, খুচুৰা মূল্য ১০৯ টকাৰ পৰা ১২২ টকা

৮/ ৰহৰ দাইল পাইকাৰী মূল্য কুইণ্টল ৮০০০ টকাৰ পৰা ৯৩৬০ টকা, খুচুৰা মূল্য ৮৬ টকাৰ পৰা ৯৯ টকা

৯/ বুট দাইল পাইকাৰী মূল্য কুইণ্টল ৬২০০ টকাৰ পৰা ৬৫০০ টকা, খুচুৰা মূল্য ৬৬ টকাৰ পৰা ৭০ টকা

১০/ আটা (45kg Pkt, Loose) পাইকাৰী মূল্য কুইণ্টল ১৩০০ টকাৰ পৰা ১৩৫০ টকা, খুচুৰা মূল্য ৩২ টকাৰ পৰা ৩৩ টকা

১১/ ময়দা (45kg Pkt, Loose) পাইকাৰী মূল্য কুইণ্টল ১৩৩০ টকাৰ পৰা ১৩৮০ টকা, খুচুৰা মূল্য ৩৩ টকাৰ পৰা ৩৫ টকা

১২/ চুজি (Loose) পাইকাৰী মূল্য কুইণ্টল ৩৫০০ টকাৰ পৰা ৩৭০০ টকা, খুচুৰা মূল্য ৩৮ টকাৰ পৰা ৪০ টকা

১৩/ নিমখ (50kg Pkt) পাইকাৰী মূল্য কুইণ্টল ৩৭৫ টকাৰ পৰা ৩৯০ টকা, খুচুৰা মূল্য ১০ টকাৰ পৰা ১৫ টকা

১৪/ মিঠাতেল (Loose) পাইকাৰী মূল্য কুইণ্টল /টিং ১৩৫০ টকাৰ পৰা ১৪৩০ টকা, খুচুৰা মূল্য ৯৬ টকাৰ পৰা ১০৫ টকা

১৫/ ৰিফাইন তেল পাইকাৰী মূল্য কুইণ্টল /টিং ১৪০০ টকাৰ পৰা ১৪৮০ টকা, খুচুৰা মূল্য ৯৬ টকাৰ পৰা ১০০ টকা

১৬/ চেনী পাইকাৰী মূল্য কুইণ্টল ৩৭৫০ টকাৰ পৰা ৩৮০০ টকা, খুচুৰা মূল্য ৪১ টকাৰ পৰা ৪২ টকা

১৭/ আলু পাইকাৰী মূল্য কুইণ্টল ১৮৫০ টকাৰ পৰা ১৯০০ টকা, খুচুৰা মূল্য ২৩ টকাৰ পৰা ২৪ টকা

১৮/ পিয়াঁজ পাইকাৰী মূল্য কুইণ্টল ২০০০ টকাৰ পৰা ২১০০ টকা, খুচুৰা মূল্য ২৬ টকাৰ পৰা ২৭ টকা ।

No comments:

Post a comment