সৌমাৰ প্ৰহৰী, ১১ এপ্ৰিলঃ ইলোৰা বিজ্ঞান মঞ্চ শিৱসাগৰৰ হাঁহচৰা শাখা আৰু হাঁহচৰা প্ৰেছ ক্লাবৰ সদস্যসকলে লক ডাউনৰ সময়ছোৱাত ঘৰতে থকা শিৱসাগৰ জিলাৰ জয়সাগৰ, শিৱসাগৰ নগৰ, সিংহদ্বাৰ, হাঁহচৰা আৰু শিমলুগুৰিৰ লোক সকলৰ মাজত চিৰা, গুৰ, গাখীৰ আদি খাদ্য সামগ্ৰী বিতৰণ কৰে । সহযোগ কৰে মিহিৰ ভৰালী, জিতেন চেতিয়া, মিন্তুু চাংমাই , শ্ৰীমতী মিটালী শৰ্মা আৰু ব্ৰজেন ফুকনে ।
Saturday, 11 April 2020
ইলোৰা বিজ্ঞান মঞ্চ, হাঁহচৰা প্ৰেছ ক্লাৱৰ খাদ্য সামগ্ৰী বিতৰণ
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment